Gaṇānāṃ Vṛttiḥ — On the Sustenance and Cohesion of Assemblies
Gaṇa-nīti
धर्मिष्ठान् व्यवहारां श्व स्थापयन्तश्न शास्त्रत: । यथावत् प्रतिपश्यन्तो विवर्धन्ते गणोत्तमा:
গণৰাজ্যৰ শ্ৰেষ্ঠ নাগৰিকসকলে শাস্ত্ৰানুসাৰে ধৰ্মসম্মত ব্যৱহাৰৰ স্থাপন কৰে। যথোচিত দৃষ্টিৰে সকলোকে বিচাৰ কৰি তেওঁলোকে নিৰন্তৰ উন্নতি লাভ কৰে।
भीष्म उवाच