मदनकामेश्वरप्रादुर्भावः
Manifestation of Madana-Kāmeśvara
राज्ञो महति भूर्लोके विदुषः सकलेप्सिताम् / राज्ञी दुदोहाभीष्टानि सर्वभूतलवासिनाम्
rājño mahati bhūrloke viduṣaḥ sakalepsitām / rājñī dudohābhīṣṭāni sarvabhūtalavāsinām
ভূৰ্লোকত সেই মহান বিদ্বান ৰজাৰ সকলো ইপ্সিত বস্তু ৰাণীয়ে যেন দোহি উলিয়াই, ভূতলবাসী সকলোকে অভীষ্ট ফল প্ৰদান কৰিলে।