मदनकामेश्वरप्रादुर्भावः
Manifestation of Madana-Kāmeśvara
एवं तद्वत्सला देवी नान्यत्रैत्यखिलाज्जनात् / तोषयामास सततमनुरागेण भूयसा
evaṃ tadvatsalā devī nānyatraityakhilājjanāt / toṣayāmāsa satatamanurāgeṇa bhūyasā
এইদৰে জনসমষ্টিৰ প্ৰতি বৎসলা দেৱী, সকলোকে এৰি অন্যত্ৰ নাযাই, অধিক অনুৰাগে সদায় তেওঁলোকক সন্তুষ্ট কৰি থাকিল।