मदनकामेश्वरप्रादुर्भावः
Manifestation of Madana-Kāmeśvara
त्रिलोकैकमहीपाले सांबिके कामशङ्करे / दशवर्षसहस्राणि ययुः क्षण इवापरः
trilokaikamahīpāle sāṃbike kāmaśaṅkare / daśavarṣasahasrāṇi yayuḥ kṣaṇa ivāparaḥ
ত্ৰিলোকৰ একমাত্ৰ মহীপাল, অম্বিকাৰ প্ৰিয় কামশংকৰৰ শাসনত দহ হাজাৰ বছৰো যেন আন এটা ক্ষণৰ দৰে পাৰ হৈ গ’ল।