Lokakalpanā / The Ordering of the Worlds
Cosmogony and Earth’s Retrieval
ओङ्काराषृतनुं त्वन्यां कल्पादिषु यथा पुरा / ततो महात्मा मनसा दिव्यरूपम चिन्तयत्
oṅkārāṣṛtanuṃ tvanyāṃ kalpādiṣu yathā purā / tato mahātmā manasā divyarūpama cintayat
পূৰ্বে কল্পাদিত যিদৰে তেওঁ ওঁকাৰ-আশ্ৰিত অন্য তনু ধাৰণ কৰিছিল, তেনেকৈ তেতিয়া সেই মহাত্মাই মনত এক দিব্য ৰূপ চিন্তা কৰিলে।