Lokakalpanā / The Ordering of the Worlds
Cosmogony and Earth’s Retrieval
सलिले ऽवप्लुतां भूमिं दृष्ट्वा स समचिन्तयत् / किं तु रूपमहं कृत्वा सलिलादुद्धरे महीम्
salile 'vaplutāṃ bhūmiṃ dṛṣṭvā sa samacintayat / kiṃ tu rūpamahaṃ kṛtvā salilāduddhare mahīm
জলত ডুবি থকা পৃথিৱী দেখি তেওঁ চিন্তা কৰিলে—মই কোন ৰূপ ধৰি এই মহীক জলৰ পৰা উদ্ধাৰ কৰিম?