Bhārgavaṃ prati Varuṇāgamanaṃ
Varuṇa’s Approach to Bhārgava/Paraśurāma
भ्रामयित्वातिवेगेन चिक्षेप लवणार्णवे / क्षिप्तत्वेन समुद्रे तु दिशमुत्तरपश्चिमाम्
bhrāmayitvātivegena cikṣepa lavaṇārṇave / kṣiptatvena samudre tu diśamuttarapaścimām
তেওঁ স্ৰুৱক অতি বেগে ঘূৰাই লৱণসমুদ্ৰত নিক্ষেপ কৰিলে; সমুদ্ৰত পৰি সি উত্তৰ-পশ্চিম দিশলৈ ধাৱিত হ’ল।