Bhārgavaṃ prati Varuṇāgamanaṃ
Varuṇa’s Approach to Bhārgava/Paraśurāma
प्रसन्नचेतसं रामं गतरोषमथात्मनि / अन्तर्हिते सरिन्नाथे रामः सुवमुदङ्मुखः
prasannacetasaṃ rāmaṃ gataroṣamathātmani / antarhite sarinnāthe rāmaḥ suvamudaṅmukhaḥ
নদীৰ নাথ (সমুদ্ৰ) অন্তৰ্হিত হোৱাত, অন্তৰত ৰোষ ত্যাগ কৰি প্ৰসন্নচিত্ত ৰাম উত্তৰমুখ হৈ স্ৰুৱ ধৰি ৰ’ল।