Jāmadagnya-Rāmasya Tapaścaraṇam
The Austerities of Rama Jamadagnya
ईशो ऽहमस्य देशस्य सप्राणितरुवीरुधः / चरामि समचित्तात्मा नानासत्त्वा मिषाशनः
īśo 'hamasya deśasya saprāṇitaruvīrudhaḥ / carāmi samacittātmā nānāsattvā miṣāśanaḥ
প্ৰাণযুক্ত গছ-লতা সহ এই দেশৰ অধিপতি মই। সমচিত্তে মই বিচৰণ কৰোঁ; নানান সত্ত্বৰ মাংস ভক্ষণ কৰোঁ।