Jāmadagnya-Rāmasya Tapaścaraṇam
The Austerities of Rama Jamadagnya
जगाद भृगुशार्दूलं गुहान्तरविसर्पिणा / तोषप्रवर्षव्याधो ऽहं वसाम्यस्मिन्महावने
jagāda bhṛguśārdūlaṃ guhāntaravisarpiṇā / toṣapravarṣavyādho 'haṃ vasāmyasminmahāvane
গুহাৰ ভিতৰত বিয়পি যোৱা স্বৰে সি ক’লে— “হে ভৃগুশাৰ্দূল! মই তোষপ্ৰৱৰ্ষ নামৰ ব্যাধ; এই মহাবনতেই বাস কৰোঁ।”