क्षीणायुः केन भवति कर्मणा भुवि मानवः विपाकं कर्मणां देव वक्तुम् अर्हस्य् अनिन्दित //
তীৰ্থত স্নান-দান আদি যি ফল কোৱা হৈছে, পুৰাণ শ্ৰৱণ কৰিলে মানুহে সেই সকলো তৎক্ষণাৎ লাভ কৰে।