उमोवाच महान् मे संशयः कश्चिन् मर्त्यान् प्रति महेश्वर तस्मात् त्वं निपुणेनाद्य मम व्याख्यातुम् अर्हसि //
এই পৰম পবিত্ৰ পুৰাণ ব্রহ্মাই কোৱা। ইয়াক শ্ৰৱণ আৰু পাঠ কৰিলে মানুহে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ লাভ কৰে।