द्रौपद्याः भीमसेन-प्रबोधनम्
Draupadī Awakens Bhīmasena
सा गृहीता विधुन्वाना भूमावाक्षिप्प कीचकम् | सभां शरणमागच्छद् यत्र राजा युधिष्ठिर:
sā gṛhītā vidhunvānā bhūmāv ākṣipya kīcakam | sabhāṃ śaraṇam āgacchad yatra rājā yudhiṣṭhiraḥ ||
সি ধৰা পৰিলেও ঝাঁকুনি দি নিজকে মুক্ত কৰি কীচকক মাটিত আছাড় দিলে। তাৰপিছত আশ্ৰয় বিচাৰি তাই সভাগৃহলৈ দৌৰ দিলে—য’ত ৰজা যুধিষ্ঠিৰ উপস্থিত আছিল।
वैशम्पायन उवाच