भीमसेनस्य आत्मबलप्रशंसा — Bhīmasena’s Assertion of Strength
Udyoga Parva, Adhyāya 74
एकान्ते निः:श्वसज्छेषे भारार्त इव दुर्बल: । अपि त्वां केचिदुन्मत्तं मन्यन्तेडतद्विदों जना:
একান্তত তুমি ভাৰাক্ৰান্ত দুৰ্বল মানুহৰ দৰে বাৰে বাৰে দীঘল নিশ্বাস এৰি থাকিছিলা; সেয়ে এই কথা নাজানা কিছুমান লোকে তোমাক উন্মত্ত বুলি ভাবে।
वैशम्पायन उवाच