Sanatsujāta on the Imperceptible Eternal Light (यत्तच्छुक्रं महज्ज्योतिः)
अणोरणीयान् सुमना: सर्वभूतेषु जाग्रति । पितरं सर्वभूतेषु पुष्करे निहितं विदु:
পৰমাত্মা অণুতকৈও অণু—অতিসূক্ষ্ম, আৰু বিশুদ্ধ মনস্বী। তেওঁ সকলো ভূতত অন্তৰ্যামী ৰূপে জাগ্ৰত। সকলো প্ৰাণীৰ হৃদয়-পদ্মত নিহিত সেই পৰম-পিতাক জ্ঞানীৰাই জানে।
सनत्सुजात उवाच