एतत् पवित्र परममेतद् धर्मनिदर्शनम् । एतत् सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता
এই মহাভাৰত পৰম পৱিত্ৰ; ই ধৰ্মৰ স্বৰূপৰ সাক্ষাৎকাৰ কৰায় আৰু সকলো উত্তম গুণেৰে সমৃদ্ধ। নিজৰ মঙ্গল কামনা কৰা মানুহে ইয়াক নিশ্চয় শ্ৰৱণ কৰা উচিত।
वैशम्पायन उवाच