भुक्तवत्सु द्विजेन्द्रेष यथावत् सम्प्रदापयेत् । वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम्
bhuktavatsu dvijendreṣu yathāvat sampradāpayet | vācakaṃ bharataśreṣṭha bhojayitvā svalakṛtam, bharatabhūṣaṇa |
বৈশম্পায়নে ক’লে—শ্ৰেষ্ঠ ব্ৰাহ্মণসকলে ভোজন সমাপ্ত কৰিলে তেওঁলোকক বিধিপূৰ্বক যথোচিত দান দিব লাগে। তাৰ পাছত, হে ভৰতশ্ৰেষ্ঠ, বস্ত্ৰ-অলংকাৰৰে অলংকৃত কথাবাচকক সন্মান কৰি উৎকৃষ্ট অন্নে ভোজন কৰাব লাগে; আৰু তাৰ পিছত দান-মান দি তেওঁক সন্তুষ্ট কৰাই উচিত।
वैशम्पायन उवाच