स्वर्गे दुर्योधनदर्शनम् | Duryodhana Seen in Heaven
Triviṣṭapa
वैशग्पायन उवाच स्वर्ग त्रिविष्टपं प्राप्प तव पूर्वपितामहा: । युधिष्ठिरप्रभूतयो यदकुर्वत तच्छूणु
বৈশম্পায়নে ক’লে—জনমেজয়! ত্ৰিলোকসমাহিত ত্ৰিবিষ্টপ স্বৰ্গত উপনীত হৈ তোমাৰ পূৰ্বপিতামহ যুধিষ্ঠিৰ আদি যি যি কৰিলে, সেয়া শুনা।
वैशग्पायन उवाच