ब्राह्मण उवाच धर्मारण्यं हि मां विद्धि नागं द्रष्टमिहागतम् । पद्मनाभं द्विजश्रेष्ठ तत्र मे कार्यमाहितम्
ব্ৰাহ্মণে ক’লে—দ্বিজশ্ৰেষ্ঠ! জানি থোৱা, মোৰ নাম ধৰ্মাৰণ্য। নাগৰাজ পদ্মনাভক দৰ্শন কৰিবলৈ মই ইয়ালৈ আহিছোঁ; তেওঁৰ সৈতে মোৰ এটা কাৰ্য আছে।
ब्राह्मण उवाच