तृष्णाक्षय-उपदेशः
Instruction on the Cessation of Craving
अशवनुवन्तश्नरितुं किंचिद् धर्मेषु सूत्रितम् । निरापद्धर्म आचारो हाप्रमादो5परा भव:
প্ৰবৃত্তিমাৰ্গত আসক্ত মানুহে যোগশাস্ত্ৰৰ সূত্ৰত কোৱা যম-নিয়ম আদি কিঞ্চিতো অনুশীলন কৰিব নোৱাৰে। সেই যোগাচাৰ বিপদশূন্য আৰু অপ্রমাদী; কামাদি দ্বাৰা সি পৰাভূত নহয়।
कपिल उवाच