Doṣa-Parīkṣā and Guṇa-Viveka
Examination of Faults and Discernment of the Guṇas
यदा निर्गुणमाप्रोति ध्यानं मनसि पूर्वजम् । तदा प्रज्ञायते ब्रह्म निकषं निकषे यथा
কিন্তু সাধক যেতিয়া ধ্যানৰ দ্বাৰা সকলোৰে আদিকাৰণ নিৰ্গুণ ধ্যেয়-তত্ত্বক অন্তঃকৰণত লাভ কৰে, তেতিয়া নিকষত কসা সোণৰ দৰে ব্ৰহ্মৰ যথাৰ্থ স্বৰূপৰ জ্ঞান হয়।
भीष्म उवाच