असंतोषादिदोष-निरूपणम्
On the Faults of Discontent and the Discipline of Detachment
यथेद्धः प्रज्वलत्यग्निरसमिद्ध: प्रशाम्यति । अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम्
যেনে জুইত যিমানেই ইন্ধন দিয়া যায়, সিমানেই সি অধিক জ্বলি উঠে; আৰু ইন্ধন নেদিলে সি নিজে নিজে নিভি যায়। তেনেদৰে অল্প আহাৰ কৰি উদৰজাত জঠৰাগ্নিক শান্ত কৰা।
युधिछिर उवाच