Kośa, Bala, and Maryādā: Treasury, Capacity, and Enforceable Limits (कोश-बल-मर्यादा)
न शंखलिखितां वृत्ति शक््यमास्थाय जीवितुम् । विशेषत: कुरुश्रेष्ठ प्रजापालनमीप्सया
কুৰুশ্ৰেষ্ঠ! কপালত লিখা ভাগ্যৰ ওপৰত ভৰসা কৰি কোনোেও জীৱন-নিৰ্বাহ কৰিব নোৱাৰে; বিশেষকৈ প্ৰজাপালন ইচ্ছা কৰা ৰজাৰ বাবে ভাগ্যৰ ভৰসাত চলা সৰ্বথা অসম্ভৱ।
भीष्म उवाच