Kośa, Bala, and Maryādā: Treasury, Capacity, and Enforceable Limits (कोश-बल-मर्यादा)
अन्यत्र राजन् हिंसाया वृत्तिर्नेहास्ति कस्यचित् । अप्यरण्यसमुत्थस्य एकस्य चरतो मुने:
ৰাজন! এই সংসাৰত কাৰো এনে জীৱনবৃত্তি নাই যি হিংসাৰ পৰা সম্পূৰ্ণ শূন্য। আনসকলৰ কথা দূৰেই থাক, অৰণ্যত থাকি একাকী বিচৰণ কৰা মুনিৰ বৃত্তিও সৰ্বথা অহিংসাময় নহয়।
भीष्म उवाच