शल्यस्य सेनापत्याभ्युपगमः | Śalya’s Acceptance of Command
यत् किंचित् सुद्गदा वाच्यं तत् सर्व श्रावितों हाहम् । कृतं च भवता सर्व प्राणान् संत्यज्य युध्यता
হে বিপ্ৰশ্ৰেষ্ঠ! হিতৈষী সুহৃদে যি ক’ব লাগে, সেয়া সকলো আপুনি মোক শুনালে। আৰু প্ৰাণমোহ ত্যাগ কৰি যুদ্ধ কৰি আপুনি মোৰ হিতৰ বাবে সকলো কৰিলে।
संजय उवाच