व्यालतस्करसंकीर्णे सार्थहीना यथा वने । सूतपुत्रे हते राजंस्तव योधास्तथाभवन्
ৰাজন! যেন সাপ আৰু চোৰ-ডাকুৱে ভৰা অৰণ্যত নিজৰ দলৰ পৰা বিচ্ছিন্ন হোৱা লোক অনাথ হৈ মহাবিপদত পৰে, তেনেকৈ সূতপুত্ৰ কৰ্ণ নিহত হোৱাৰ পাছত আপোনাৰ যোদ্ধাসকলৰ অৱস্থাও তেনেই হ’ল।
संजय उवाच