यावच्चक्रमिदं ग्रस्तमुद्धरामि महाभुज । न मां रथस्थो भूमिष्ठं विकलं हन्तुमहसि
yāvac cakram idaṃ grastam uddharāmi mahābhuja | na māṃ rathastho bhūmiṣṭhaṃ vikalaṃ hantum arhasi ||
হে মহাবাহু! যেতিয়ালৈকে মই এই গাঁথি যোৱা চক্রটো উদ্ধাৰ কৰোঁ, তেতিয়ালৈকে তুমি ৰথত থাকি ভূমিত থিয় হোৱা অক্ষম মোক বধ কৰা উচিত নহয়।
संजय उवाच