Phala of Vrata, Niyama, Svādhyāya, Dama, Satya, Brahmacarya, and Service (व्रत-नियम-स्वाध्याय-दम-सत्य-ब्रह्मचर्य-शुश्रूषा-फलप्रश्नः)
इत्युक्तोडहं धर्मराजं द्विजर्षे धर्मात्मानं शिरसाभिप्रणम्य । अनुज्ञातस्तेन वैवस्वतेन प्रत्यागमं भगवत्पादमूलम्
হে দ্বিজর্ষি! ধৰ্মৰাজে এনেদৰে ক’লে মই সেই ধৰ্মাত্মা দেৱতাক মস্তক নত কৰি প্ৰণাম কৰিলোঁ; আৰু বৈবস্বত যমৰ অনুমতি পাই মই আপোনাৰ ভগৱৎ চৰণমূললৈ পুনৰ উভতি আহিলোঁ।
नाचिकेत उवाच