Adhyāya 57: Tapas–Dāna Phala
On the Fruits of Austerity and Giving
ब्राह्माण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् । इत्येवं चिन्तयान: स विदितश्न्यवनस्य वै
‘ব্ৰাহ্মণ্যৰ প্ৰভাৱতেই মহর্ষিয়ে আমাক দুয়োক নিজৰ বাহনৰ দৰে ৰথত জুৰি দিছিল’— এইদৰে ৰজা চিন্তা কৰি থাকোঁতেই মহর্ষি চ্যৱনৰ ওচৰত তাৰ আগমনৰ কথা বিদিত হ’ল।
भीष्म उवाच