Aṣṭāvakra’s Visit to Kubera: Hospitality, Temptation, and the Ethics of Restraint (अष्टावक्र-वैश्रवणोपाख्यानम्)
अचिन्त्य एष भगवान् कर्मणा मनसा गिरा । न मे तात युधिश्रेष्ठ विद्यया पण्डित: सम:
তাত! সমৰভূমিৰ শ্ৰেষ্ঠ বীৰ! এই অচিন্ত্য ভগৱান শিৱ মন, বাক্য আৰু কৰ্মেৰে আৰাধ্য। তেখেতৰ আৰাধনাৰ ফলতেই আজি বিদ্যাত মোৰ সমান কোনো পণ্ডিত নাই।
वैशम्पायन उवाच