प्राणानुत्स्रष्टमिच्छामि तत्रानुज्ञातुमर्ह थ । सत्येषु यतितव्यं व: सत्यं हि परमं बलम्
মই এতিয়া প্ৰাণত্যাগ কৰিব বিচাৰোঁ; সেয়ে তোমালোক সকলোৱে মোক তাৰ অনুমতি দিয়া। তোমালোক সদায় সত্যধৰ্ম পালন কৰিবলৈ যত্নবান হোৱা; কিয়নো সত্যই পৰম বল।
वैशम्पायन उवाच