रुद्रादित्या वसवो<थाश्रिनौ च साध्याक्षु विश्वे मरुतां गणाश्ष । प्रजापतिर्देवमातादितिश्न सर्वे कृष्णादृषयश्चैव सप्त
ৰুদ্ৰ, আদিত্য, বসু, অশ্বিনীকুমাৰ, সাধ্য, বিশ্বেদেৱ, মৰুদ্গণ, প্ৰজাপতি, দেৱমাতা অদিতি আৰু সপ্তর্ষি—এই সকলো শ্ৰীকৃষ্ণৰ পৰাই প্ৰকাশিত।
भीष्म उवाच