सर्वे च नियतात्मानो बालानां संविभागिन: । उपेत्य शनकैर्यान्ति न सेवन्ति रजस्वलाम् | स्वर्गतिं चैव गच्छन्ति तथैव शुभकर्मिण:
sarve ca niyatātmāno bālānāṁ saṁvibhāginaḥ | upetya śanakair yānti na sevanti rajasvalām || svargatiṁ caiva gacchanti tathaiva śubhakarmiṇaḥ ||
ভীষ্মে ক’লে—তেওঁলোক সকলোৱে মনসংযমী; শিশুসকলক তেওঁলোকৰ প্ৰাপ্য অংশ বণ্টন কৰি দিয়ে। কাষলৈ গৈও তেওঁলোকে ধীৰে, সংযতভাৱে চলে। ঋতুমতী নাৰীৰ সৈতে তেওঁলোকে সংসৰ্গ নকৰে। এইদৰে শুভ-ধৰ্মকৰ্ম কৰি তেওঁলোকে স্বৰ্গগতি লাভ কৰে।
भीष्म उवाच