कल्मषापहर-कीर्तनम् / Kīrtana for the Removal of Impurity
अर्घ्यहिन् न च सत्कारैरर्चयन्ति यथाविधि । अर्घ्यमाचमनीयं वा न यच्छन्त्यल्पबुद्धय:
ইয়াতেই শেষ নহয়; অৰ্ঘ্যাৰ্হ মান্য ব্যক্তিক তেওঁলোকে নানা সৎকাৰৰে বিধিপূৰ্বক পূজা নকৰে, আৰু সেই মূঢ়সকলে তেওঁলোকক অৰ্ঘ্য বা আচমনীয়ো নিদিয়ে।
श्रीमहेश्वर उवाच