Śiva-nāmānukīrtana-prastāvaḥ
Prologue to the praise of Śiva and the Upamanyu testimony
उपमन्युरुवाच सदसद् व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिन: । नित्यमेकमनेकं च वरं तस्माद् वृणीमहे
উপমন্যুৱে ক’লে—দেৱৰাজ! ব্ৰহ্মবাদী মহাত্মাসকলে বিভিন্ন মত অনুসাৰে যাক সৎ-অসৎ, ব্যক্ত-অব্যক্ত, নিত্য, এক আৰু অনেক বুলি কয়—সেই মহাদেৱৰ পৰাই আমি বৰ প্ৰাৰ্থনা কৰিম।
शक्र उवाच