Śiva-nāmānukīrtana-prastāvaḥ
Prologue to the praise of Śiva and the Upamanyu testimony
हरचरणनिरतमतिना भवितव्यमनार्जवं युगं प्राप्य । संसारभयं न भवति हरभक्तिरसायनं पीत्वा
কুটিল কলিযুগ আহিলেও মানুহে নিজৰ চিত্ত হৰ (শংকৰ)ৰ চৰণাৰবিন্দৰ চিন্তনত নিবদ্ধ কৰিব লাগে। শিৱভক্তিৰূপ ৰসায়ন পান কৰিলে সংসাৰভয় নাথাকে।
वासुदेव उवाच