Śiva-nāmānukīrtana-prastāvaḥ
Prologue to the praise of Śiva and the Upamanyu testimony
नदीगदह्दरशैलेषु तीर्थेषु विविधेषु च । तपसा जप्यनित्यानां शिवो न: परमा गति:
nadī-guhā-dara-śaileṣu tīrtheṣu vividheṣu ca | tapasā japyānityānāṁ śivo naḥ paramā gatiḥ |
নদী, গুহা, পৰ্বত-গহ্বৰ আৰু নানাবিধ তীৰ্থত তপস্যা আৰু জপত নিত্য নিৰত থকা আমি তপস্বীসকলৰ পৰম গতি আৰু পৰম আশ্ৰয় শিৱেই।
वासुदेव उवाच