Dāna–Tapaḥ Praśaṃsā and Gṛhastha-Upadeśa
Maitreya
व्यास उवाच भो भो ब्रद्यर्षभ श्रीमन् मा व्यथिष्ठा: कथंचन । शुभकृच्छुभयोनीषु पापकृत् पापयोनिषु
ব্যাসে ক’লে—হে ব্ৰাহ্মণশ্ৰেষ্ঠ, শ্ৰীমান! কোনোপধ্যেই তুমি ব্যথিত নহ’বা। যি শুভকৰ্ম কৰে সি শুভ যোনিত, আৰু যি পাপকর্ম কৰে সি পাপ যোনিত জন্ম লয়।
व्यास उवाच