मांसभक्षण-दोषाः तथा अहिंसाया माहात्म्यम् | Faults of Meat-Consumption and the Supremacy of Ahiṃsā
वैशम्पायन उवाच इत्युक्त्वा तं सुरगुरुर्धर्मराजं॑ युधिष्ठिरम् । दिवमाचक्रमे धीमान् पश्यतामेव नस्तदा
বৈশম্পায়ন ক’লে—জনমেজয়! ধৰ্মৰাজ যুধিষ্ঠিৰক এইদৰে কৈ পৰম বুদ্ধিমান দেৱগুৰু বৃহস্পতি, আমি চাই থাকোঁতেই, সেই সময়তে স্বৰ্গলোকলৈ গ’ল।
वैशम्पायन उवाच