अगम्यागमन-निष्कृति-निर्णयः
Expiations for Forbidden Sexual Relations
इदं विष्णुरिति मन्त्रेण सप्तवाराभिमन्त्रितम् / सो ऽहंभावेन तद्ध्यात्वा भुक्त्वा दोषैर्न लिप्यते
idaṃ viṣṇuriti mantreṇa saptavārābhimantritam / so 'haṃbhāvena taddhyātvā bhuktvā doṣairna lipyate
‘ইদং বিষ্ণুৰিতি’ মন্ত্ৰে সাতবাৰ অভিমন্ত্ৰিত অন্ন ‘সোऽহং’ ভাব লৈ ধ্যান কৰি ভক্ষণ কৰিলে, দোষে লিপ্ত নহয়।