तां दृष्ट्वाथ महाराज्ञीं महा नन्दपरिप्लुता / पुलकाचितसर्वाङ्गी हर्षेणोत्फुल्ललोचना
tāṃ dṛṣṭvātha mahārājñīṃ mahā nandapariplutā / pulakācitasarvāṅgī harṣeṇotphullalocanā
সেই মহাৰাজ্ঞী দেৱীক দেখি তেওঁ মহা আনন্দে আপ্লুত হ’ল; সৰ্বাঙ্গত ৰোমাঞ্চ উঠিল আৰু হর্ষে নয়ন প্ৰস্ফুটিত হ’ল।