तन्मध्यभूः समस्तापि परितो रत्नभूषिता / महापद्माटवी नाम सर्वसौभाग्यदायिनी
tanmadhyabhūḥ samastāpi parito ratnabhūṣitā / mahāpadmāṭavī nāma sarvasaubhāgyadāyinī
তাৰ সমগ্ৰ মধ্যভূমি চাৰিওফালে ৰত্নে বিভূষিত; সেয়া ‘মহাপদ্মাটবী’ নামে খ্যাত আৰু সৰ্ব সৌভাগ্যদায়িনী।