तयोश्च संगाद्भविता कुमारः समस्तगीर्वाणचमूविनेता / तेनैव वीरेण रणे निरस्य स तारको नाम सुरारिराजः
tayośca saṃgādbhavitā kumāraḥ samastagīrvāṇacamūvinetā / tenaiva vīreṇa raṇe nirasya sa tārako nāma surārirājaḥ
তেওঁলোক দুয়োৰে সংগমৰ পৰা কুমাৰ জন্মিব, যি সমগ্ৰ দেৱসেনাৰ সেনাপতি হ’ব। সেই বীৰেই ৰণত পৰাভূত কৰি ‘তাৰক’ নামৰ দেৱশত্ৰু দানৱৰাজক নাশ কৰিব।