नव्यानि सर्वाणि वपूंषि कृत्वा हि सांद्रकारुण्यसुधाप्लवैर्न्नः / त्वया समस्तं भुवनं सहर्षं सुजीवितं सुंदरि सभ्यलभ्ये
navyāni sarvāṇi vapūṃṣi kṛtvā hi sāṃdrakāruṇyasudhāplavairnnaḥ / tvayā samastaṃ bhuvanaṃ saharṣaṃ sujīvitaṃ suṃdari sabhyalabhye
হে সুন্দৰী, সভ্যজন-লভ্যে! তুমি ঘন কৰুণামৃতৰ প্ৰবাহে আমাৰ সকলো দেহ নবীন কৰি, সমগ্ৰ ভুবনক হর্ষসহ সুজীৱিত কৰিলা।