मूकास्त्रमसृद्दुष्टः शक्तिसेनासु दानवः / महावाग्वा दिनी नाम ससर्जास्त्रं जगत्प्रसूः
mūkāstramasṛdduṣṭaḥ śaktisenāsu dānavaḥ / mahāvāgvā dinī nāma sasarjāstraṃ jagatprasūḥ
দুষ্ট দানৱে শক্তিসেনাৰ ওপৰত মূকাস্ত্ৰ নিক্ষেপ কৰিলে। তেতিয়া জগত্প্ৰসূ ‘মহাবাগ্বাদিনী’ নামৰ অস্ত্ৰ সৃষ্টি কৰিলে।