अन्यासामपि शक्तीनां वाहनानि परार्द्धशः / नृसिंहोष्ट्रनरव्यालमृगपक्षिहयास्तथा
anyāsāmapi śaktīnāṃ vāhanāni parārddhaśaḥ / nṛsiṃhoṣṭranaravyālamṛgapakṣihayāstathā
অন্য শক্তিসকলৰো অসংখ্য বাহন আছিল—নৃসিংহ, উষ্ট্ৰ, নৰ, ব্যাল, মৃগ, পক্ষী আৰু হয় আদি।