अतः परं मत्प्रसादाद्द्वापरे याज्ञिकैर्मखे / सोमपानवदत्यन्तमुपयोज्यो भविष्यसि
ataḥ paraṃ matprasādāddvāpare yājñikairmakhe / somapānavadatyantamupayojyo bhaviṣyasi
সেয়ে মোৰ প্ৰসাদত, দ্বাপৰযুগত যাজ্ঞিকসকলৰ যজ্ঞত তুমি সোমপানৰ দৰে অতি উপযোগী হ’বা।