बलाहकादिसप्तसेनानायकप्रेषणम् (Dispatch of the Seven Commanders beginning with Balāhaka) / Lalitopākhyāna War Continuation
ततः स्तब्धेषु शस्त्रेषु वीक्षणादेव नः प्रभो / निश्चेष्टा रिपवो ऽस्माभिर्हन्तव्याः सुकरत्वतः
tataḥ stabdheṣu śastreṣu vīkṣaṇādeva naḥ prabho / niśceṣṭā ripavo 'smābhirhantavyāḥ sukaratvataḥ
হে প্ৰভু! তাৰ পাছত অস্ত্ৰ স্তব্ধ হ’লে, আমাৰ দৃষ্টিমাত্ৰতেই শত্ৰুসকল নিশ্চেষ্ঠ হওক, আৰু আমি সিহঁতক সহজে বধ কৰিব পাৰোঁ।