या त्वर्द्धा सृज्यते नारी शतरूपा व्यजायत / सा देवी नियुतं तप्त्वा तपः परम दुश्चरम्
yā tvarddhā sṛjyate nārī śatarūpā vyajāyata / sā devī niyutaṃ taptvā tapaḥ parama duścaram
যি অর্ধাংশৰ পৰা সৃষ্ট নাৰী শতৰূপা জন্মিল, সেই দেৱীয়ে অতি দুৰূহ পৰম তপস্যা নিয়ুত কাল ধৰি কৰিলে।