Varāha-uddhāraṇa and the Re-constitution of Bhū-maṇḍala
Earth after Pralaya
शीतवातातपास्तीव्रास्ततस्ता दुःखिता भृशम् / द्वंद्वैस्तैः पीड्यमानास्तु चुक्रुशुरावृणानि वा
śītavātātapāstīvrāstatastā duḥkhitā bhṛśam / dvaṃdvaistaiḥ pīḍyamānāstu cukruśurāvṛṇāni vā
প্ৰচণ্ড শীত, বতাহ আৰু ৰ’দৰ দ্বন্দ্বত পীড়িত হৈ তেওঁলোকে অতি দুখিত হ’ল। ব্যাকুল হৈ কৰুণ আৰ্তনাদ কৰিলে আৰু নিজৰ ঘাঁওবোৰো দেখুৱালে।